কঁঠালগুটীয়া পোককঁঠালৰ

কঁঠালী চম্পা (Assamese) [ Roman: ko~.tha.li som.pa]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-06-17
1. (Common Noun-Neuter) a species of champa flower found in Assam. অসমত পোৱা চম্পাফুলৰ এবিধ প্ৰজাতি৷ ই জোপোহা লতা আকৃতিৰ ফুলবোৰ প্ৰথমতে সেউজীয়া হৈ পাতৰ লগত মিলি থাকে৷ পাছত ডাঠ ঘিউ বৰণৰ হৈ পকা কঁঠালৰ দৰে গোন্ধাই৷